perturbationperu
perturbed (English) [ IPA: pərˈtərbd ASM: পাৰ্টাৰ্বড]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
English: agonized, perturbed,
Assamese: ক্লেশপূৰ্ণ, ক্ষুণ্ণ, দুখিত, দুখী, বেদনাকাতৰ, বেদনাপূৰ্ণ, ব্যথিত, শোকাক্লিষ্ট, শোকাভিভূত, শোকাৰ্ত, সন্তপ্ত, সন্তাপিত
perturbed (English) [ IPA: pərˈtərbd ASM: পাৰ্টাৰ্বড]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
1. (Verbal Adj.) mentally hurt due to some reasons. কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।