penanpenang`an

penance (English) [ IPA: ˈpenəns ASM: পেনেন্স]
Contributed by: Rupankar Mahanta on 2006-12-26
1. (Abstract Noun-Neuter) The act of invoking a heavenly figure like a deity by means of deep prayer for years in the woods by shunning all material pleasure সকলো বিষয়-সুখ পৰিহাৰ কৰি হাবিত বহুবছৰ ধৰি গভীৰ আৰাধনা কৰি দেৱতাৰ দৰে কোনো স্বৰ্গীয় সত্বাক জনোৱা আহ্বান

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-26
2. (Verbal Noun) voluntary self-punishment in order to atone for some wrongdoing পূৰ্বতে কৰা কোনো অপকৰ্মৰ শাস্তি স্বৰূপে ইচ্ছাকৃতভাৱে নিজৰ শৰীৰক কষ্ট দিয়া কাৰ্য্য