news-standnewsman

newsletter (English) [ IPA: newsletter ASM: নিউজলেটাৰ]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-19
1. (Common Noun-Neuter) a written report, usually issued periodically, prepared by or for a group or institution, as a business firm, charitable organization, or government agency, to present information to employees, contributors, stockholders, or the like, and often to the press and public কৰ্মচাৰী, অৱদানকাৰী, অংশীদাৰ আদিক অথবা গণমাধ্যম বা ৰাইজক তথ্যৰ যোগান ধৰিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংস্থা বা চৰকাৰী প্ৰতিষ্ঠান আদিৰ দৰে কোনো দল বা অনুষ্ঠানে সাধাৰণতে কিছুদিনৰ মূৰে-মূৰে প্ৰকাশ কৰা এক লিখিত প্ৰতিবেদন
English: newsletter,
Assamese: পত্ৰিকা