misanthropistmisappropriation
misappropriate (English) [ IPA: ˌmɪsəˈproʊpriːˌeɪt ASM: মিচএপ্ৰ’প্ৰিয়েট]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
English: misappropriate,
Assamese: আত্মসাত্ কৰ্, গ্ৰাস কৰ্, মঘা মাৰ্,
Bodo: गाज्रियै बाहायनाय, मालायनि रांरासि जानाय
misappropriate (English) [ IPA: ˌmɪsəˈproʊpriːˌeɪt ASM: মিচএপ্ৰ’প্ৰিয়েট]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
1. (Verb-Trans.) to apply wrongfully or dishonestly, as funds entrusted to one`s care নিজৰ জিম্মাত থকা চৰকাৰী বা ৰাজহুৱা ধন অসাধু বা অন্যায় ভাৱে ব্যৱহাৰ কৰ্