maherimahi

mahguri (English) [ IPA: mahguri ASM: মাহগুড়ি]
Contributed by: Partha P Sarmah on 2010-03-01
1. (Material Noun-Neuter) powder of fried chana mixed with water, oil, salt etc. and used as a side dish with rice. ভজা বুটৰ গুৰিৰ লগত পানী, তেল, নিমখ, জলকীয়া, পিয়াঁজ আদি মিহলাই পিটিকা বনাই খোৱা এবিধ উপকৰণ৷ বহুতে গৰমৰ দিনত মাহগুৰিৰ চৰ্বত বনায়ো খায়৷
English: mahguri,
Assamese: মাহগুৰি