lucky nutlucre

lucrative (English) [ IPA: ˈluːkrətɪv ASM: লুক্ৰেটিভ]
Contributed by: Rupankar Mahanta on 2006-12-04
1. (Proper Adj.-Neuter) which leads to the increase of wealth or money. যি সম্পত্তি বা ধনৰ বৃদ্ধি কৰিব পাৰে; যাৰ পৰা আৰ্থিক লাভ হয়।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-09-08
2. (Proper Adj.) that triggers temptation, greed or desire দেখিলেই ভাল লগা বা পাবলৈ ইচ্ছা জগোৱা বস্তু ৷