kutharkuthing

kuthee (Meeteilon)
Contributed by: Mohen Naorem on 2011-01-02
1. (Material Noun-Neuter) [a] a diagram of the heavens, showing the relative position of planets and the signs of the zodiac, for use in calculating births, foretelling events. [b] a prediction of future based on such diagrams (ক) বিভিন্ন গ্ৰহ আৰু ৰাশিৰ অৱস্থান নিৰ্দ্দেশ কৰি অঁকা সৰগৰ ছবি, যাৰ সহায়ত ভৱিষ্যতৰ আগজাননী দিব পাৰি ৷ (খ) তেনে ছবিৰ সহায়ত কৰা সম্ভাৱ্য ভৱিষ্যতৰ পূৰ্বানুমান ৷