intonationintoxicated

intoxicate (English) [ IPA: intoxicate ASM: ইনটক্সিকেট]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Trans.) to affect temporarily with diminished physical and mental control by means of alcoholic liquor, a drug, or another substance ৰাগীয়াল দ্ৰৱ্য, যেনেঃ সুৰা, ভাং বা তেনে আন কোনো বস্তু (আনকি তামোল আদিও) খোৱাৰ ফলত গাত ৰাগি লাগ্ বা মূৰ আচন্দ্ৰাই কৰ্