humanitarianismhumao

humanity (English) [ IPA: hjuːˈmænətiː ASM: হিউমেনিটি]
1. (Abstract Noun) The quality of being humane; benevolence. মানুহৰ থাকিব লগা গুণবোৰ ৷ সাধাৰণ অৰ্থত দয়া-মমতা বুজাবলৈ ব্যৱহাৰ হয় ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
2. (Common Noun-Common) all the people who are living in the world পৃথিৱীত বাস কৰা সকলোবোৰ মানুহ