gibbetgibi

gibbon (English) [ IPA: ˈgɪbən ASM: গিবন]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-11-30
1. (Common Noun-Common) Any of several small arboreal apes of the genus Hylobates of southeast Asia and the East Indies, having a slender body, long arms, and no tail. বৰ্তমান জীৱিত মানুহৰ নিকট সমন্্ধীয় এপ্ প্ৰজাতি সমূহৰ এবিধ| বিশেষতঃ দক্ষিণ-পূৱ এছীয়া আৰু ইষ্ট ইণ্ডিছত ইয়াৰ বিস্তৃতি দেখা যায়| উজনি অসমৰ বহু অঞ্চলত এইবিধ বিৰল এপ্ প্ৰজাতিৰ বিস্তৃতি আছে|
English: gibbon,
Assamese: গিবন, সুষেণ,
Bodo: हलौ बानदोर,
Mising: u:lu,
Karbi: kenghoidu,
Dimasa: hulao,
Bangla: গিবন, গিব্বন