Flacourtia jangomasflag bearer

flag (English) [ IPA: ˈflæg ASM: ফ্লেগ]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-11
1. (Material Noun-Neuter) A piece of cloth, usually rectangular, of distinctive color and design, used as a symbol, standard, signal, or emblem এটা প্ৰতীক, মান, চিহ্ন বা মোহৰ হিচাপে ব্যৱহাৰ কৰা সাধাৰণতে আয়তাকাৰ আৰু নিৰ্দ্দিষ্ট ৰং আৰু গঢ়ৰ এটুকুৰা কাপোৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) a flag used by children for playing, made of a short bamboo pole fitted with a light piece of cloth or paper. সৰু ল’ৰা-ছোৱালীয়ে খেলিবলৈ বাঁহৰ সৰু ডাঁৰ বা কাঠীৰ মূৰত ওলমাই দিয়া পাতল কাকত বা কাপোৰৰ টুকুৰা|
English: flag,
Assamese: ফিৰ্ফিৰি