empirical probablityempiricist

empiricism (English) [ IPA: ɪmˈpɪrəˌsɪzəm ASM: ইমপিৰিচিজম]
Contributed by: mayur chetia on 2011-09-22
1. (Abstract Noun) The philosophical view that experience, especially of the senses, is the only source of knowledge. দৰ্শনৰ এটা ধাৰা, যত বিশ্বাস কৰা হয় যে জ্ঞান কেৱল ইন্দ্ৰীয় লব্ধ অভিজ্ঞতাৰ দ্বাৰা আহৰণ কৰা সম্ভব।