editor-in-chiefedper

editorial (English) [ IPA: ˌedəˈtɔriːəl ASM: এডিটৰিয়েল]
1. (Abstract Noun) An article in a publication (especially newspaper) expressing the opinion of its editors or publishers. সম্পাদক আৰু/অথবা প্ৰকাশকৰ মতামত প্ৰকাশ কৰা কোনো বাতৰি কাকত বা আলোচনীৰ এটা নিবন্ধ ৷