death todeathlike

deathbed (English) [ IPA: ˈdeθˌbed ASM: ডেথবেড]
Contributed by: Partha P Sarmah on 2008-02-23
1. (Common Noun) the bed on which a person dies/is dying. যিখন বিছনা বা শোৱা পাটীত কাৰোবাৰ মৃত্যু হৈছে বা মৃত্যু হওঁ হওঁ অৱস্থাত আছে৷

Contributed by: Partha P Sarmah on 2008-02-23
2. (Adjective Adj.) (a wish, revealation) expressed just before death. মৃত্যুৰ ঠিক আগে আগে প্ৰকাশ কৰা কিবা ইচ্ছা বা কৈ যোৱা কথা৷