congestconglomerate

congestion (English) [ IPA: [congestion] ASM: ক’নগেচ’ন]
Contributed by: Biraj Kumar Kakati on 2007-06-11
1. (Abstract Noun) abnormal accumulation or obstruction, esp. of traffic etc. একে ঠাইত অস্বাভাৱিকভাৱে গোট খোৱা এক সমূহ বা তেনে কৰা কাৰ্য্য।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-19
2. (Verbal Noun) many things huddled together within a small space in a scattered manner উটি অহা কাঠ, বাঁহ, ইকৰা, খাগৰি আদিৰ থুপ৷ হেঁচা-হেঁচি আৰু বিশৃংখল হৈ থকা বস্তুৰ সমূহ