coiledcoincide

coin (English) [ IPA: ˈkɔɪn ASM: কইন]
Contributed by: Rupankar Mahanta on 2006-12-05
1. Business-Commerce-Economics(Material Noun-Neuter) Stamped disc of metal which is used as official money মুদ্ৰণ কৰা এডোখৰ সৰু চেপেটা ধাতু যাৰ বিনিময়ত বস্তু কিনা-বেছা কৰিব পাৰি৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) heavy coins of the Mughal, British or Ahom period মোগল বাদচাহ, বৃটিছ ৰাজ বা আহোম ৰাজত্বকালৰ বেছি ওজনৰ মুদ্ৰা