blissfulblizzard

blister (English) [ IPA: ˈblɪstər ASM: ব্লিষ্টাৰ]
Contributed by: ৰূপকমল on 2007-02-10
1. (Verb-Intran.) to raise blisters on ঘঁহনি খাই বা গৰম বস্তু লাগি ছালত পানী-ভৰ্ত্তি ঢৌ উঠ্

Contributed by: ৰূপকমল on 2007-02-10
2. (Material Noun-Neuter) a thin vesicle on the skin, containing watery matter or serum, as from a burn or other injury. গাৰ ছালত উঠা পাতল টেমুনা, য`ত পানী সদৃশ জুলীয়া পদাৰ্থ ভৰি থাকে; সাধাৰণতে জুয়ে পোৰা বা আন আঘাতৰ বাবে হয়।