aidedaido
aidless (English) [ IPA: ˈeɪdləs ASM: এইডলেচ]
adj: aid
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-26
English: aidless, helpless, pinned, tapped,
Assamese: অগতি, অত্ৰাহি, অনন্যোপায়, অনাশ্ৰিত, অনুপায়, অসহায়, আথানি-আবানি, উপায়বিহীন, উপায়হীন, এথানি-এবানি, গতিভ্ৰষ্ট, চৌঠেঙীয়া, ঠেৰুছিগা, নিঃসহায়, নিঠৰুৱা, নিৰুপায়, বে-গতিক, সহায়-শূন্য, সহায়হীন, হাত-ছিগা,
Bodo: मदद गैयै, राहा गैयै,
Tai: উং চই,
Deori: উপাই-জা, গতি-কিৰি-চাবা, তুকুনা
b. Abstract Noun: helplessness, অনাশ্ৰয়, আচান, নিঃসহায়...
aidless (English) [ IPA: ˈeɪdləs ASM: এইডলেচ]
adj: aid
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-26
1. (Proper Adj.) Lacking help or protection, having no way. ৰক্ষা বা সহায়ৰ আশা নোহোৱা হৈ যোৱা |
Assamese: অগতি, অত্ৰাহি, অনন্যোপায়, অনাশ্ৰিত, অনুপায়, অসহায়, আথানি-আবানি, উপায়বিহীন, উপায়হীন, এথানি-এবানি, গতিভ্ৰষ্ট, চৌঠেঙীয়া, ঠেৰুছিগা, নিঃসহায়, নিঠৰুৱা, নিৰুপায়, বে-গতিক, সহায়-শূন্য, সহায়হীন, হাত-ছিগা,
Bodo: मदद गैयै, राहा गैयै,
Tai: উং চই,
Deori: উপাই-জা, গতি-কিৰি-চাবা, তুকুনা
Different POS:
a. Verb-Intran.: be helpless, উপায়হীন হ, চিলিম চিগ্, পথ মৰ্, বাট মৰ্...b. Abstract Noun: helplessness, অনাশ্ৰয়, আচান, নিঃসহায়...