additiveaddressed

address (English) [ IPA: əˈdres ASM: এড্ৰেচ]
1. (Abstract Noun-Neuter) the physical location of sb/sth কোনো বস্তু বা কাৰোবাৰ পাৰ্থিৱ অৱস্থান

2. (Abstract Noun) a speech or written statement, usually formal, directed to a particular group of persons কোনো ব্যক্তি সমষ্টিৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে আগবঢ়োৱা এক মৌখিক বা লিখিত বক্তব্য

Contributed by: Bikram M Baruah on 2009-04-21
3. (Verb-Trans.) to utter words to attract somebody's attention. কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মুখেৰে শব্দ কৰ্।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
Ref: চন্দ্ৰকান্ত অভিধান
4. (Abstract Noun) the name and address written on a letter. চিঠিৰ ওপৰত লিখা নাম, ঠিকনা ইত্যাদি।