umangumbel

Umatumani (English) [ IPA: [IPA] ASM: উমাটুমনি]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-09
1. (Proper Noun-Neuter) It is a small rocky island of Brahmaputra near Biswanath ghat in Sonipur district. বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপ৷বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কিঃমিঃ দূৰত এই উমাটুমনি বা উমাবন অৱস্থিত৷ পুৰণি পুথি `পীঠমালা তন্ত্ৰ`ৰ মতে উমাতুমনিত ২২খন পৱিত্ৰ থান থাকিলেও বৰ্তমান উক্ত সংখ্যক থান দেখা নাযায়৷ ইয়াত ১৭৪১ চনত আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰা উমা মন্দিৰ আছে