Padma VibhushanPadmasana

Padmasambhava (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-18
1. Budhaism(Proper Noun-Masculine) 8th century famous buddha schoolar, belong to tibetan school. He is often refered as 2nd buddha. Some claim that he died at Hajo, kamrup district of Assam. অষ্টম শতিকাৰ প্ৰখ্যাত বুদ্ধ ধৰ্মৰ গুৰু আৰু প্ৰচাৰক৷ তিব্বতত তেওঁক ২য় বুদ্ধ বুলি জনা যায়৷ তেওঁক বহুতে কামৰূপৰ হাজোত মৃত্যু হোৱা বুলি কয়৷