Noahnobar

Noakhali (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-30
1. Place(Proper Noun-Neuter) Name of a district and its head quater in Bangladesh. Our Anundoram Baruah wad there, servivg as a Deputy Commissioner. Place know of communal clases and peace visit of Mahatma Gandhi. বাংলাদেশৰ এখন জিলা আৰু ইয়াৰ সদৰ৷ এসময়ত আনন্দৰাম বৰুৱা ইয়াৰ উপায়ুক্ত আছিল৷ ১৯৪৭ চনত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰোধৰ বাবে মাহাত্মা গান্ধী ইয়ালৈ আহিছিল৷
English: Noakhali,
Assamese: নোৱাখালি