মধুকালমধুকৰ
মধুকোষ (Assamese) [ Roman: mo.dhu.ko`x]
মৌমাখিয়ে গছত বা অন্য্য স্থানত সঁজা ষড়ভুজ আকৃতিৰ বিচনী সদৃস বাহ৷
English: beehive, honeycomb,
Assamese: চাক, ম`উৰা বাহা bo , মধুকোষ, মৌ-কোঁহ, মৌ-বিচনী, মৌচাক, ৰহঘৰা,
Mising: nguddum, tangut akang,
Meeteilon: khoi mahum,
Karbi: pijo ahom,
Dimasa: berebrang, beretib,
Deori: গিয়া-কুম,
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Material Noun-Neuter) Wax structure of hexagonal cells built by bees for honey and eggs. মৌমাখিয়ে গছত বা অন্য্য স্থানত সঁজা ষড়ভুজ আকৃতিৰ বিচনী সদৃস বাহ৷

Assamese: চাক, ম`উৰা বাহা bo , মধুকোষ, মৌ-কোঁহ, মৌ-বিচনী, মৌচাক, ৰহঘৰা,
Mising: nguddum, tangut akang,
Meeteilon: khoi mahum,
Karbi: pijo ahom,
Dimasa: berebrang, beretib,
Deori: গিয়া-কুম,