Assamese Grammar > cl-tab >

Classifier Table

Definite Classifiers-



চিহ্ন প্ৰয়োগ উদাহৰণ


(Sign)                        (Apply)                            (Example)


.-টো সাধাৰণতে দীঘল আৰু গোটা       কলমটো,বটলটো,ৰাষ্ট্ৰাটো


বস্তৰ ক্ষেত্ৰত ব্যৱহাৰ হয়।


ইত্যাদি।


জীৱ-জন্তুৰ ক্ষেত্ৰত নিম্নাৰ্থত        মানুহটো,ৰাটো,গৰুটো


ব্যৱহাৰ হয়। ইত্যাদি।


ব্যতিক্ৰম ব্যৱহাৰ                        পুখুৰীটো,পৰ্বতটো।


.-ডাল গোটা আৰু দীঘল বস্তুৰ


ক্ষেত্ৰত ব্যৱহাৰ হয়


পেঞ্চিলডাল,লাঠিডাল।


 


নিম্নাৰ্থত মানুহৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়


এইডাল



.-খন চেপেটা আৰু বহল বস্তুৰ ক্ষেত্ৰত


ব্যৱহাৰ হয় কিতাপখন,



কেতিয়াবা ব্যতিক্ৰম ব্যৱহাৰ হয়। পাহাৰখন


.-জন                   মানুহৰ ক্ষেত্ৰত মান্যাৰ্থত পুংলিংগত               মানুহজন, ৰাজন


ব্যৱহাৰ হয়।



.-জনী তুচ্চাৰ্থত স্ত্ৰীলিংগত মানুহ আৰু অন্যান্য মানুহজনী,গৰুজনী,


জীৱৰ ক্ষেত্ৰত ব্যৱহাৰ হয়।                        মাছজনী।



.-গৰাকী         মান্যাৰ্থত স্ত্ৰীলিংগ-পুংলিংগ উভয়তে শিক্ষয়িত্ৰীগৰাকী


ব্যৱহাৰ হয়।                                           মহাপুৰুষগৰাকী।



.-খিলা           সৰু আৰু চেপেটা বস্তুৰ ক্ষেত্ৰত                 পাণখিলা,কাগজখিলা।



.-গছ\গছি লেহুকা আৰু নাতিদীৰ্ঘ বস্তুৰ ক্ষেত্ৰত           বন্তিগছ,শলিতাগছি।


ব্যৱহাৰ হয়।



.-জোপা গছৰ ক্ষেত্ৰত ব্যৱহাৰ হয়।                       ফুলজোপা,বগৰীজোপা।



১০.-পাট চেপেটা,ঠেক,দীঘল বস্তুৰ স্কেলপাট,কাড়পাট।


ক্ষেত্ৰত ব্যৱহাৰ হয়।



১১.-চটা           চেপেটা,ঠেক বস্তুৰ ক্ষেত্ৰত ইটাচটা,কাঠচটা,পতাচটা।


ব্যৱহাৰ হয়।



১২.-সোতা            চকুপানীৰ ক্ষেত্ৰত ব্যৱহাৰ হয়।                 এসোতা কান্দিলে।


 


১৩.-পাহ/-পাহি       ফুলৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। ফুলপাহ,গোলাপপাহ।


 


১৪.-ধাৰ<