অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "লগা"
Riddle সাথৰযি হ’ব লগা আছিল হ’ল ৷
The worst has come to the worst.কোনো বেয়া ঘটনা যি পাৰ হৈ গ'ল তাক ভৱিষ্যতৰ ভাল কৰ্ম-কাণ্ডৰ মাজলৈ ধৰি অনা উচিত নহয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
অচিন কাঠৰ থোৰাও নলগাবা
Not to trust a stranger or not to believe anything without knowing it properlyচিনি নোপোৱা কাঠেৰে আনকি ঢেঁকীৰ থোৰাটোও লগাব নালাগে৷ ঠিক সেইদৰে অচিনাকি মানুহক কেতিয়াও কোনো কথাত বিশ্বাস কৰিব নালাগে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
নলগা জেঙত লগা
wasting time by doing unnecessary thingsঅদৰকাৰী কামত লাগি অবাবত সময় নষ্ট কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
নগৰত জগৰ লগা/লগোৱা
To over-react on a silly matter.অতি সাধাৰণ কথা এটাতে অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা
ৰগৰতে জগৰ লগা স্বভাৱ ৷
It is used to denote the character of a person who does not understand joke, kidding or teasing. Kidding with such persons will lead to a quarrel only.ধেমালি নুবুজা মানুহৰ লগত ধেমালি কৰিলে কাজিয়াৰ সূত্ৰপাত হয়। এনে স্বভাৱৰ মানুহক বুজাবলৈ এই ফকৰা-যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা
জোক লগাদি লগা
To plead and insist someone continuously asking for some favourস্বাৰ্থ সিদ্ধিৰ অৰ্থে কাৰোবাক নেৰা-নেপেৰাকৈ কাকূতি-মিনতি কৰি থকা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04