অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ব্যয়"
Idiom ফকৰা-যোঁজনাআয় চাই ব্যয়
Cut your coat according to your cloth.উপাৰ্জনৰ পৰিমাণ চাইহে খৰচৰ মাত্ৰা কম-বেছি কৰা উচিত । আয়ৰ পৰিমাণ নাচাই যধেমধে ব্যয় কৰা অনুচিত । Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই
In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce.আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷ Contributed by: Rupankar Mahanta on 2009-12-11