Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ফৰ"

Phrase খণ্ডবাক্য

ওফৰা জেং

An uninvited or unwanted guest
আলহীক সধাৰণতে মানুহে বৰ আলহ-উদহ কৰে, কিন্ত কিছুমান আলহীয়ে গৃহস্থৰো নাকনি-কাননি কৰে, গতিকে গৃহস্থই তেওঁলোকক যিমান পাৰে সোনকালে বিদায় দিবলৈ ভাল পায় ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

হাতীৰ গালৈ তৰাৰ ফৰ্মুটি

One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.
শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Idiom ফকৰা-যোঁজনা

আমো নাই, ফৰ্মুটিও নাই

When a job is not completed on time and the person to whom the job has been given also not turning up.
কোনো এটা কাম সময়মতে সমাধা নোহোৱা আৰু কামটোৰ দ্বায়িত্ব যাক দিয়া হৈছিল তেওঁ মুৰামুৰি সময়ত মূৰ পোলোকা দিয়া Contributed by: Barnali Deuri Bora on 2010-10-25