অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "খাট"
Idiom ফকৰা-যোঁজনাৰজা নাইকিয়া খাটত, ধৰি কিলায় বাটত৷
When the reign of a country is vested to an unworthy administrator, anarchism and lack of law & order prevails all around.দুৰ্বল প্ৰশাসকৰ হাতত দেশৰ শাসন ন্যস্ত হ`লে অৰাজক অৱস্থাৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিঘ্নিত হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-03-07
Phrase খণ্ডবাক্য
খাটি খা ৷
To earn livelihood with hard word.পৰিশ্ৰম কৰি জীৱিকা উপাৰ্জন কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23