অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "কান"
Idiom ফকৰা-যোঁজনাকানে কান মাৰি ৷
To happen or complete some work marginally.কোনো কাৰ্য কথমপি সম্পন্ন হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
Idiom ফকৰা-যোঁজনা
ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।
Three persons from three different parts coming together for a national cause.গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা
শিয়ালৰ কান্ধত মঙহৰ ভাৰ৷
Entrusting the duty of something to someone, who is greedy for the same.যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া। Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
শুকান জেওৰা খৰি চেপি ৰস উলিওৱা
To extract fun and happiness even if somebody is in a very unhappy and disgusting situationঅতি নিৰস আৰু নিৰানন্দময় পৰিৱেশতো আনন্দৰ পৰিৱেশ সৃষ্টি কৰা । Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-02
Idiom ফকৰা-যোঁজনা
লোকৰ কান্ধত বন্দুক থৈ গুলি কৰা
To perpetrate some mischievous act or crime through someone else for fulfilling one`s own interest so that he can escape of its responsibility or blame.নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ হতুৱাই কোনো অসত্ কাম কৰোৱা, যাতে নিজে দোষৰ ভাগী নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
কেঁচুৱাই কান্দিলেই কল নাপায়৷
Nothing can be achieved without hardwork.কাৰোবাৰ ওচৰত কাকূতি-মিনতি কৰিলেই অথবা বিচাৰিলেই কোনো বস্তু পোৱা নাযায়; তাৰ কাৰণে উপযুক্ত পৰিশ্ৰম কৰা দৰকাৰ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-20
Idiom ফকৰা-যোঁজনা
নেকান্দালৈকে মাকেও কেচুৱাক গাখীৰ নিদিয়ে ৷
Nothing can be achieved without making proper demand, cry or claim.যদিও মা হ'ল সন্তানৰ বাবে আটাইতকৈ শুভাকাঙ্খী ব্যক্তি, তেও কান্দিলেহে মাকে কেচুৱাৰ ভোক লাগিছে বুলি বুজি পায় আৰু সেইমতে গাখীৰ দিয়ে ৷ অৰ্থাৎ এই পৃথিৱীত আন্তৰিকতাৰে নিবিছৰালৈকে কোনো বস্তু এনেয়ে পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
কেঁচুৱাই কান্দিলেহে কল পায়।
A baby, when feel hungry, cries and mothers offer milk. Similarly if you want something we need to cry(spell out) otherwise you w'not get it.কেঁচুৱাই ভোক পিয়াহ লাগিলে কান্দে; তেতিয়াহে মাকে বুজি পাই গাখীৰ যাঁচে। তেনেকৈ কাৰোবাক কিবা লাগিলে ক'ব (কান্দিব) লাগে; নহ'লে প্ৰয়োজন পূৰণ নহ'বও পাৰে। Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
Idiom ফকৰা-যোঁজনা
কান্দি ৰণ জিক ৷
To achieve something by emotional blackmailing.কিবা বস্তু, মত, অনুমতি আদি আদায় কৰিবলৈ বা নিজৰ দোষৰ মাৰ্জনা পাবলৈ, কান্দা-কটা কৰি বা আবেগিকভাবে কাৰোবাক সৈমান কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07