বেদ ব্যাস (Assamese) [ Roman: be.do byax]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Atul Ch. Kakoti on 2009-07-12
    1. (Proper Noun-Masculine) The title of Krishnadwaipayan. Son of sage Parasar and Satyawati. He is the writer of four Vedas, fourteen Sastra and eighteen Puranas. The famous religious book "Srimodvagawata" and epic "Mahabharata" also writen by him. পৰাশৰ ঋষিৰ পুতেক কৃষ্ণদ্বৈপায়ন মুনিৰ উপাধি, এওঁ মত্স্যগন্ধা সত্যৱতীৰ গৰ্ভত জন্মে ৷ তেওঁ দ্বাপৰ যুগত নানা ঋষি-মুনিৰ মুখৰ পৰা বিস্তীৰ্ণ বেদ-শাস্ত্ৰ সংগ্ৰহ কৰি তিনি ভাগে ভগাই লিখে৷ সেইবোৰ হৈছে- বেদ, শাস্ত্ৰ আৰু পুৰাণ৷ হিন্দু ধৰ্ম্মৰ সৰ্ব্ব-বৃহত্ মহাকাব্য মহাভাৰত আৰু শ্ৰীমদ্ভাগৱতৰ ৰচক৷

    বেদব্যাস (Assamese)
    Loading AI analysis...
    Loading Wikipedia extract...