নিৰ্বাসনিৰ্বাসিত
নিৰ্বাসন (Assamese) [ Roman: nir.ba.xon]
alt: নিৰ্ব্বাসন
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-22
English: banishment, exile,
Assamese: অৰণ্যবাস, দেশান্তৰকৰণ, নিৰ্বাস, নিৰ্বাসন, নিৰ্ব্বাস, নিৰ্ব্বাসন, বনবাস,
Deori: আমিৰিমাই পাচ্চিবা
নিৰ্বাসন (Assamese) [ Roman: nir.ba.xon]
alt: নিৰ্ব্বাসন
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-22
1. (Verbal Noun) the state of being barred from one`s native country নিজ দেশৰপৰা বহিষ্কাৰ কৰা কাৰ্য্য বা অৱস্থা
Assamese: অৰণ্যবাস, দেশান্তৰকৰণ, নিৰ্বাস, নিৰ্বাসন, নিৰ্ব্বাস, নিৰ্ব্বাসন, বনবাস,
Deori: আমিৰিমাই পাচ্চিবা