Donate
কৰপকৰপল্লৱ বিদ্যা

কৰপল্লৱ (Assamese) [ Roman: kor.pol.lob]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) conversation by signalling with the fingers. হাতৰ আঙুলিৰ মুদ্ৰা বা ভাঁজ দেখুৱাই কথা বুজুওৱা এক প্ৰকাৰ সঙ্কেত।