Donate
खानजुंखानथाल

खानथख्रा (Bodo) [ Roman: khan.tho.khra]
Contributed by: Bhadra Brahma on 2025-03-31
1. (Common Noun) a species of thorny plant and its fruit. This is the tree in which 'Joimoti' was tied to while meted out punishment by 'lora roja's saudangs. গাত দীঘলীয়া আৰু অধিক পৰিমাণে বৰ জোঙা কাঁইট থকা এবিধ মজলীয়া আকাৰৰ এনেই হোৱা গছ, আৰু তাৰ নেমু-টেঙাৰ সমান ডাঙৰ আৰু ঘূৰণীয়া গুটি ৷ পকিলে ইয়াৰ গুটি মানুহে খায় ৷ তাৰ পাত পাতত দি ল’ৰাৰ মূৰত ঘঁহিলে চুলি জাঠ হৈ গজে বুলি জনা যায় ৷ এনে এজোপা গছতে বান্ধি সতী জয়মতীক শাস্তি দিয়া হৈছিল৷