spherical astronomyspho
sphinx (English) [ IPA: ˈsfɪŋ(k)s ASM: স্পিনাক্স]
Contributed by: Partha P Sarmah on 2008-08-04
sphinx (English) [ IPA: ˈsfɪŋ(k)s ASM: স্পিনাক্স]
Contributed by: Partha P Sarmah on 2008-08-04
1. (Proper Noun-Common) an ancient Egyptian fabulous character/stone statue with a human (mostly woman)head and a lion's body. In ancient Greek mytholgy, the Sphinx spoke riddles. প্ৰাচীন মিছৰীয় আখ্যানত উল্লেখ থকা মানুহৰ মূলতঃ নাৰীৰ মূৰ আৰু সিংহৰ দেহ থকা এক কাল্পনিক চৰিত্ৰ৷ প্ৰাচীন গ্ৰীছত স্ফিংক্সে মানুহক জটিল সাঁথৰ সুধিছিল বুলি কাহিনীত পোৱা যায়৷ ইজিপ্তত ইয়াৰ মূৰ্তি আছে৷