hill-billy (English) [ IPA: hill-billy ASM: হিল-বিলি]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2007-11-18
    1. (Common Noun-Common) 1.(American Eng.)a simple person who lives in the hills and is thought to be stupid by those who live in the towns. 2 the music played by these people. 1. চহৰীয়া লোকে মূৰ্খ বা অঁকৰা বুলি ভবা পাহাৰীয়া চহা লোক৷ 2. তেওঁলোকৰ লোক সংগীত৷ উদাহৰণ: ভূপেন হাজৰিকাৰ বিখ্যাত গীতৰ কলি "শ্বিলঙৰে মনালিছা লিংড`,তোমাৰ হাতৰ গীটাৰ খনিত হিলবিলী মিউজিক বজাই যোৱা.."