battlefieldbatum
battleground (English) [ IPA: ˈbætəlgræʊnd ASM: বেটেলগ্ৰাউণ্ড]
English: battlefield, battleground,
Assamese: যুদ্ধক্ষেত্ৰ, যুদ্ধভূমি, যুদ্ধস্থল, সমৰক্ষেত্ৰ, সমৰভূমি, সমৰস্থল, সমৰাঙ্গন, ৰণক্ষেত্ৰ, ৰণভূমি, ৰণস্থল, ৰণস্থলী, ৰণাঙ্গন
battleground (English) [ IPA: ˈbætəlgræʊnd ASM: বেটেলগ্ৰাউণ্ড]
1. (Material Noun-Neuter) the place where a battle is, or was, fought. যুদ্ধ কৰা মুকলি ঠাই ।