ৰত্ন (Assamese) [ Roman: rot.no]
1. (Material Noun-Neuter) A pearl or mineral that has been cut and polished for use as an ornament. অলংকাৰ বা গহণা আদি তৈয়াৰ কৰিবলৈ কাটি চাফা কৰি ব্যৱহাৰ কৰা কোনো মুক্তা বা খনিজ পদাৰ্থ ৷
English: gem,
gemstone,
jewel,
Assamese: জহৰ,
জহৰত,
পাথৰ,
বাখৰ,
মণি,
মণি-মুক্তা,
মণিমাণিক,
ৰতন,
ৰত্ন,
ৰত্নমণি,
Bodo: मनिमुक्टा,
मानिक,
Meeteilon: mamal yamba nung,
mani,
mani mukta,
ratna,
Deori: লি