পুনৰুদ্ধাৰ (Assamese) [ Roman: pu.no.rud.dhar]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-07-20
    1. (Verbal Noun) the act or process of retrieving, i.e. bringing back to a former and better state আগৰ অৱস্থা বা তাতোকৈ ভাল অৱস্থালৈ ঘূৰাই অনা কাৰ্য্য বা প্ৰক্ৰিয়া
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-09-22
    2. Agriculture(Verbal Noun) the conversion of desert, marsh, or other waste land into land suitable for cultivation মৰুভূমি, জলাহ ভূমি বা আন অনুপযোগী ভূমিক খেতিৰ উপযোগী ভূমিলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া