নাম লগা (Assamese) [ Roman: nam lo.ga]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-18
    1. (Verb-Intran.) to enter the name in the register or rolls কোনো এক শ্ৰেণী বা অনুষ্ঠানৰ সদস্যভুক্ত হোৱা বা সদস্য তালিকাত নাম লিখা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-18
    2. Ekasarana Dharma(Verb-Intran.) to start or initiate singing during a prayer session প্ৰাৰ্থনা বা নাম-কীৰ্ত্তনৰ সময়ত নাম গাবলৈ আৰম্ভ কৰ্ বা গায়নত আগভাগ ল