than (English) [ IPA: ðən ASM: ডেন]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-08
    1. (Conjuction) used when making comparisons তুলনা কৰোঁতে ব্যৱহাৰ কৰা অব্যয়, যেনেঃ তাতকৈ ভাল, তাত-চাহি ভাল বা তাত-অপেক্ষা ভাল

    than (Karbi)
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2010-03-06
    2. (Verb-Trans.) to withdraw or take away, as a part from a whole. মুঠ বা সমগ্ৰৰ পৰা আঁতৰাই নিয়া
    Contributed by: Mridugunjana Shivam on 2024-11-12
    3. (Verbal Adj.) which has been made into pieces by any sharp weapon যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে