reserved (English) [ IPA: rɪˈzərvd ASM: ৰিজাৰ্ভড]
    Contributed by: Rituraj Saikia on 2006-09-05
    1. (Proper Adj.-Common) discomfortable or lacking of confidence in association with others আত্মবিশ্বাসৰ অভাৱ আৰু মানুহৰ লগত সহজ হব নোৱাৰা
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-09-05
    2. (Verbal Adj.) Set aside for the use of a particular person or party. কোনো নিৰ্দ্দিষ্ট ব্যক্তি বা দলে ব্যৱহাৰ কৰাৰ কাৰণে আচুতীয়াকৈ থোৱা
    Contributed by: Bikram M Baruah on 2009-08-09
    3. (Proper Adj.) calm and serious deserving respect. শান্ত-সমাহিত হোৱা বাবে সন্মানৰ যোগ্য