profit (English) [ IPA: ˈprɑfət ASM: প্ৰফিট]
Contributed by: archana rajbongshi on 2006-10-10
1. (Verb-Trans.) to earn money after deducting wages, rent, cost of raw materials. দৰমহা, ভাড়া, কেঁচামালৰ খৰচ আদি বাদ দিয়াৰ পাচত ধনাৰ্জন কৰ্
Contributed by: archana rajbongshi on 2006-10-10
2. (Abstract Noun) The monetary surplus left to a producer or employer after deducting wages, rent, cost of raw materials. দৰমহা, ভাড়া, কেঁচামালৰ বাবে হোৱা ব্যয় আদি বাদ দিয়াৰ পাছত উত্পাদক বা নিয়োগকাৰীৰ হাতত ৰৈ যোৱা অতিৰিক্ত ধন