pragmatic (English)
    Contributed by: Himasri Das on 2023-08-30
    1. (Adjective Adj.) acknowledging, representing lives as they are in the real life. আচল, বাস্তৱিক জীৱনক স্বীকাৰ কৰা আৰু তাক ঠিক তেনেদৰেই (সাহিত্যত) অংকিত কৰা৷ যেনেঃ বাস্তৱধৰ্মী উপন্যাস৷