1.(Abstract Noun) The number hundred thousand or 100,000. This is widely used in the Indian subcontinent. এশ হাজাৰ সংখ্যাটো৷ এই সংখ্যাটো ভাৰত উপ-মহাদেশত বহুলভাৱে ব্যৱহৃত হয়৷
2.(Common Noun-Common &/or Masculine) scarlet resinous secretion of a number of species of Lac-producing insects লা উৎপাদনকাৰী কোনো পোকৰ পৰা আহৰণ কৰা ৰঙচুৱা আঠা