net (English) [ IPA: ˈnet ASM: নেট]
1. (Abstract Noun) a bag or other contrivance of strong thread or cord worked into an open, meshed fabric, for catching fish, birds, or other animals মাছ, চৰাই বা অন্য জন্তু ধৰাৰ বাবে টান সূতা বা ৰছীৰে গুঁথি তৈয়াৰ কৰা ফুটা থকা মোনা বা আন সঁজুলি