nam man (TAI-Phake) [ IPA: nam man]
    Contributed by: Sweet Das on 2024-11-29
    1. (Material Noun-Neuter) any of a large class of substances typically unctuous, viscous, combustible, liquid at ordinary temperatures, and soluble in ether or alcohol but not in water: used for anointing, perfuming, lubricating, illuminating, heating, etc. সাধাৰণ উষ্ণতাত পিছল, বীজলুৱা, দহনশীল এক বস্তু যি ইথাৰ বা এলকহলত দ্ৰৱণীয় কিন্তু পানীত দ্ৰৱণীয় নহয়; ইবিলাকক আঁতৰ হিচাপে, লেপন দিয়া, পিছল কৰা, জুই জ্বলোৱা বা গৰম কৰা আদি কামত ব্যৱহাৰ কৰা হয়

    nam-man (TAI-Khamti) [ IPA: nam-man]
    Contributed by: Sushmita Das on 2024-11-26
    2. (Material Noun-Neuter) any of a large class of substances typically unctuous, viscous, combustible, liquid at ordinary temperatures, and soluble in ether or alcohol but not in water: used for anointing, perfuming, lubricating, illuminating, heating, etc. সাধাৰণ উষ্ণতাত পিছল, বীজলুৱা, দহনশীল এক বস্তু যি ইথাৰ বা এলকহলত দ্ৰৱণীয় কিন্তু পানীত দ্ৰৱণীয় নহয়; ইবিলাকক আঁতৰ হিচাপে, লেপন দিয়া, পিছল কৰা, জুই জ্বলোৱা বা গৰম কৰা আদি কামত ব্যৱহাৰ কৰা হয়