letter (English) [ IPA: ˈletər ASM: লেটাৰ]
1. (Material Noun-Neuter) a written or printed communication addressed to a person or organization. কোনো ব্যক্তি বা সংগঠনলৈ সম্বোধিত লিখিত বা মুদ্ৰিত যোগাযোগ।
2. (Abstract Noun) symbols to convey meanings অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন