lecture (English) [ IPA: ˈlektʃər ASM: লেকচাৰ]
1. (Verbal Noun) Formal public address ৰাজহুৱাভাৱে কোৱা কথা ৷
2. (Abstract Noun) A speech that is open to the public or a group of people. জন-সাধাৰণক উদ্দেশ্য কৰি সমুখত দিয়া দীঘলীয়া বক্তব্য ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
3. (Verb-Intran.) start telling a long story কাহিনী ক’বলৈ আৰম্ভ কৰ্