khublei (Khasi)
    Contributed by: Banlambha Warjri on 2008-01-24
    1. (Interjection) Word used to express gratitude. কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা শব্দ৷
    Contributed by: Himasri Das on 2023-05-11
    2. (Interjection) an expression used when a person is parting from another. এজন ব্যক্তিয়ে আন এজনৰ ওচৰৰ পৰা আঁতৰি যোৱা৷
    Contributed by: Himasri Das on 2023-06-26
    3. (Proper Adj.-Common) to address with a salutation কাৰোবাক আনুস্থানিকভাৱে মাত দে৷
    Contributed by: Himasri Das on 2023-07-15
    4. (Abstract Noun) Gesture of homage and respect, esp. used in armed forces. শ্ৰদ্ধা বা সন্মান-সূচক অভিব্যক্তি, বিশেষকৈ সামৰিক বাহিনীত ব্যৱহৃত।