kangvai (Karbi)
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-03-06
    1. (Abstract Noun) The process of selecting for a position or political office by casting votes by the electorates ভোটদাতাসকলে প্ৰদান কৰা মতামতৰ ভিত্তিত কোনো পদ বা ৰাজনৈতিক পদবীৰ বাবে বাচনি কৰা প্ৰক্ৰিয়া
    Contributed by: Mridugunjana Shivam on 2024-12-01
    2. (Verb-Trans.) To pick as the best or most suitable বিকল্পৰ মাজত বাছনি কৰা